সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেই এটি গত দিন হিন্দু জীৱনৰ ৷ [] কল্পনাৰ নেত্ৰ ভৰি দেখি সি অপূর্ব্ব দৃশ্য পুলক-বিহ্বল মোৰ আজি প্ৰাণ-মন, প্রথমে সি সিন্ধু তীৰ পূৰ্ব্ব দিগন্তৰ ৰাগে কনক বৰণ । কঁপি উঠা তিৰ, বি, (2) জবা কুসুম-সংকাশ কাশ্যপেয় মহাদ্যুতি আহে যেবে উঠি ধীৰে বিস্ফাৰি তমসা, সে দিন৷ কি বিস্ময়েৰে চাইছিল আৰ্য্য নৰে চিৰ তুষাৰৰ, সেই লভি নৱ আশা সেই দ্যুতি— কৰ স্পৰ্শ (a) লভিয়ে নে প্রথমতে ধৰিত্ৰীৰ অন্ধকাৰ দূৰ হব ধৰে ? সেই এটি দিনে নেকি সত্য ক'ত জানিবৰ সূত্ৰপাত কৰে ? (১৫ প্ৰথমতে জগতৰ