পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰম আৰাধনীয় ৺ চিকৌ গগৈ বৰবৰুৱা

দেউতাৰ

শ্ৰীচৰণোদ্দেশে

⸻⸺

কবিতা—বনত বহি
তুলি কবিতাৰ ফুল,
কাব্য-ৰূপী সূতে গাঁথি
মালা ধাৰি যত্ন কই,
ভৰাই ভক্তিৰ জালি
অতি হাবিয়াস কৰি
আনিছো ই মালা ধাৰি
তোমাকেই দিবলই॥
 
দুহাতে চকুলে মুছি
চৰণত দিলো আজি—
“তলসৰা ফুল" পুনু।
কৰিলো অৰ্পণ।
সৰ্ব্বদোষ ক্ষমা কৰি
আপোন পুত্ৰৰ বুলি