পৃষ্ঠা:তাৰা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মহাকবি ছেক্সপিয়াৰৰ ছাঁত লিখা
পাঁচ অঙ্কীয়া নাট

তাৰা

 

কামৰূপ নাট্য সমিতিৰ দ্বাৰা প্রথম অভিনীত

 

ৰচক

শ্রীঅম্বিকাপ্রসাদ গোস্বামী বি-এল

উজান বজাৰ
গুৱাহাটী

 

১ম তাঙৰণ
১৮৫৭ শক