পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ ভৰ আৰু তথ্য। ৰজাৰ নাম মাত্ৰহে লিখা আছিল। সোণৰ মুদ্ৰাবোক মোহব বোলা হৈছিল। মোহৰ শব্দ সংস্কৃতমূলক নহয়। তলত কেইটিমনি মুদ্ৰাৰ পাঠ * দিয়া হল :-- নহৰগৌৰীপদানুহমধুকন্য শ্ৰীশ্ৰীমৎ স্বৰ্গদেৱৰূদ্ৰসিংহস্য শাকে ১৬২২ শ্ৰী শহৰগৌৰীপদান্নুজমধুকন্য শ্ৰী শ্ৰীমৎ স্বৰ্গদেৱ শিৱসিংহ নৃপস্য শাকে ১৬৩৭ শ্ৰীশিৱসিংহনৃপমহিষী শ্ৰীপ্ৰমথেশ্বৰী দেবাঃ শ্ৰীহৰগৌৰীপদপৰায়ণায়ঃ শাকে ১৬৬২ শ্ৰী শ্ৰহৰগৌৰীচৰণকমলমধুকন্য শ্ৰীশ্ৰীস্বৰ্গদেৱ প্ৰমত্তসিংহ নৃপ শাকে ১৬৬৯ শ্ৰীশ্ৰীহৰগৌৰীচৰণাৰবিন্দমকৰন্দমধুকৰস্ত শ্ৰীশ্ৰীস্বৰ্গদেৱ শ্ৰীলক্ষীসিংহপস্য শাকে ১৬৯৪, শ্ৰীশ্ৰহৰগৌৰীচৰণকমলমকৰন্দমধুকস্য শ্ৰীশ্ৰীস্বৰ্গদেৱশ্ৰীগৌৰীনাথসিংহপস্য শাকে ১৭০৬ মুদ্ৰাবোৰৰ আখৰৰ গঢ় পুৰণি অসমীয়া। বোৰ মুদ্ৰা আহোম ভাষাতো লিখা হৈছিল। মুদ্ৰাবোৰ { ৬ষ্ঠ বছৰ বাহী পৃঃ ২৮৬