পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁ খবৰটো দিলে।

 ‘কাৰটাজেনালৈ তোমাক নিবৰ বাবে বিমান এখন সাজু হৈ আছে।’ মোৰ গালত মৰমেৰে হাত বুলাই ক'লে তেওঁ। ‘তোমাৰ পৰিয়ালৰ মানুহে তাতে তোমাৰ বাবে অপেক্ষা কৰিছে।’

 কথাষাৰ কৈ তেওঁ হাঁহিলে।

৮৯