উচৰ্গা।
আই, দেউতা, আপনালোকৰ মই অধম পুতেক, নাই মোৰ দিবল'ই ভক্তি উপহাৰ, পুতেকৰ ক্ষমি দায় আছিল যতেক, ল’বা সাদৰেৰে এই কাব্য-মালাধাৰ। বহুত দিনৰ ফল অনেক যত্নৰ, যতনৰ ফুলধাৰ কৰিব গ্ৰহণ, কিদিম ইয়াকে ল’ই অধম পুত্ৰৰ— কৰোক সাৰ্থক যেন আন্ধাৰ জীবন।
সুৰেণ ♣
⸻ ০ ⸻