পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলিকতা আৰু ঢাকা বিশ্ববিদ্যালয়ৰ এম্‌, এ. পৰীক্ষাৰ পাঠ্য,
ঢাকা বিশ্ববিদ্যালয়ৰ বি, এ, ডিগ্ৰীৰ পাঠ্য আৰু সদৌ
অসমৰ হাই স্কুল বিলাকৰ নিমিত্তে মনোনীত পাঠ্য।

জ্ঞান-মালিনী
(আগ-চোৱা)


ভনোতা—
মফিজুদ্দিন আহ্‌মদ্‌ হাজৰিকা

(গভৰ্ণমেণ্ট) সাহিত্যিক পেঞ্চনাৰ; অসমৰ বুৰঞ্জী আৰু প্ৰত্নতত্ত্বানুসন্ধান বিভাগৰ কৰেস্পন্ডিং মেম্বাৰ, সদৌ অসম সাহিত্য সন্মিলনৰ (১৯২৯ চনত) গোলাঘাটত বহা দ্বাদশ অধিবেশনৰ সভাপতি; অসমীয়া ভাষাৰ ‘বানান কমিটী'ৰ মেম্বাৰ; ডিব্ৰুগড় জেইলৰ ধৰ্ম্ম-বক্তা আৰ ভূতপূৰ্ব্ব ভিজিটাৰ; আৰু ফাটকিয়াল সহায়কাৰী চোচাইটিৰ মেম্বাৰ; ডিব্ৰুগড় মিউনিচিপেলিটীৰ (১৯৩২-৩৩ চেছনৰ) বেৰী হোৱাইট মেডিকেল স্কুলৰ ‘বাচনি-কমিটী’ৰ আৰু ১৯৩৫ চনত ডিব্ৰুগড়ত হোৱা পুলিচ অফিচাৰ বিলাকৰ ‘হিন্দুস্তানী পৰীক্ষা ব’ৰ্ড’ৰ ভূতপূৰ্ব্ব মেম্বাৰ; ডিব্ৰু কোঃ অঃ টাউন বেঙ্কৰ ভূতপূৰ্ব্ব ডাইৰেক্টাৰ; ডিব্ৰুগড় অসম মুছ্‌লিম লিটাৰেৰী এছোচিয়েচনৰ ভূতপূৰ্ব্ব সভাপতি; সদৌ অসম ইছাৱাতে ইচলামৰ ভূতপূৰ্ব্ব সহঃ সভাপতি; ৰেড ক্ৰচ্‌ চোচাইটিৰ ডিষ্ট্ৰিট্‌ ব্ৰাঞ্চৰ এচোচিয়েট; তত্ত্ব পাৰিজাত, মালিনীৰ বীণ, ইত্যাদি ভনোতা।

লয়াৰ্ছ বুক ষ্টল
গুৱাহাটী : অসম