পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| (২৮)। ল। বিন্ধ্যা পৰ্ষতৰ দক্ষিণ ডােবেইনে অবিৰ অৰূ মিছিমি পৰ্বতৰ দক্ষিণ ডোৰেই ভীস্মকৰ দেশ এই কথাটো আমাৰ মনেৰে এতিয়াও বিৰাং হৈ উঠা নাই সেই দেখি আমি শদিয়াকে মহ|ভাৰতৰ সমৰৰ ভস্ম কৰ দেশ বুলিছে, আজ লিমে। অৱশ্যে ব্ৰহ্মপুত্ৰৰ ও পত্তিৰ বিষয়ে যদিও সত্যচৰণ শাস্ত্ৰীয়ে তেওঁৰ কৈলাশ ভ্ৰমৰ নামৰ পুথিত একোকে কোৱা নাই। তথাপি শ্যেন হেডিনৰ মতটোকে মানিললো। কিন্তু ভীস্মকৰ দেশৰনৰ বিষয়ে হজৰীকা দেৱৰ সিদ্ধান্তটে। মানি লব নোৱৰি দুখিত হলাে। তেওঁৰ এইটো সিদ্ধান্ত মানি লবলৈ হলে অন এজন প্ৰত্নতাত্ত্বিকৰ যুক্তিমতে বাণৰাজাৰ তেজপুৰ খ নি নিন্ধু, প্ৰদশত থব লাগিব। নৰকক নি এচিৰিয়াত (মেচপটোমিৰাৰ বিফালে) থৈ সবল তাৰ পৰিচয় দিব লগাত পৰিম, যেহেতু এমিৰিয়াৰ পৰা অসুৰ বংশ সিৰিয়া ৰ পৰা সুৰ বংশ হৈছে বুলি প্ৰত্নতাত্তিকে কৈছে। আমাৰ মমৰ অসমৰ তিনিও খন নামজা ঠাইকে একাদি ক্ৰমে চিজি লক্ৰমে পটিমলৈ ঠেলি নিথৈ আহি অসম খনক আগৰ অসভ্য দেশ,জঙ্গলি দেশ, নৰ্গ। অবিৰহে আবাস স্থান এনেকুৱা বিধত পেলাই অমৰ বল বিক্ৰম বঢ়াবলৈ বৰ টান পাওঁ। তামি খেলি নি হলেও শদিয়াৰ ৰি বিলাক বৰ্তমান চিন মােকাম ধংশাৱশেষ আছে সেই বিলাক দেখোন ভীস্মক শদিয়ালৈ টানি আনে। তেজ