পৃষ্ঠা:চুপহি.djvu/৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পানিফ


আমি ৰাইজৰ আগত আমাৰ এই ক্ষুদ্র “ চুপতি টি দাঙ্গি ধৰিলে। “চুপচি ”ৰ গুণাগুণ বিচাৰৰ ভাৰ গুণগ্রাহী ৰাইজৰ চাত ; কৰ্ম্মতহে আমাৰ অধিকাৰ আছে তাৰ পৰিণামত আমাৰ একো হত নাই। লিখকৰ “ চুপহি ” প্রথম উদ্যমৰ ফল। গতিকে, তাত অনেক খুত, ৰৈ যাব পাৰে। গুণগ্রাহী পাঠকসকলে উৎসাহ দলে “চুপহি * সময়ত ফুলি উঠিব আৰু আমাকে এনেবিধৰ ছাতত-লােৱাকাম পূৰাই কৰিবলৈ মন তুলি দিব। ইতি সলিয়া, ।

ঐকেশৱকান্ত বৰুৱা।