সমললৈ যাওক

পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৫১ )
 ব্ৰহ্মা। কৃষ্ণা। ছাগল। বাঘ। সিংহ।  ব্ৰহ্মা। কৃষ্ণ।  

তাত একেলগে খেলা কৰি আছে। তাৰ মাজতে কুষ্ণক অকলে কাষতলিত শিঙা আৰু বাওঁহাতেৰে ভাতৰ পাত্ৰ লৈ আগ হাতেৰে ভাতৰ গৰাই মুখত ভৰাবলৈ ধৰা দেখা পালে।

“হেন বৃন্দাবন মধ্যে পাছে গ্ৰাস কৰে।
দেখন্ত আছন্ত মাত্ৰ কৃষ্ণ একেশ্বৰে॥” ৪৭৭।

बृन्दावन है। बाघ, बकरी, सिंह वहाँ एक साथ खेल रहे हैं। उनके बीचही कृष्णाको अकेले बाहुके नीचे सींगा और बायें हाथमें भातका बरतन लेकर दाहिने हाथसे भातके ग्रासको मुँहमें भरते हुए दिखाई दिये।

 ব্ৰহ্মাই কৃষ্ণক তেনে অৱস্থাত দেখি অতি বিস্মিত হৈ স্তুতি কৰিবলৈ ধৰিলে। সেই সময়ত ব্ৰহ্মাই নিজৰ বাহন হংসৰ ওপৰত উঠি হাতযোৰ কৰি আছে। কৃষ্ণেও কাষতলিত শিঙা লৈ

 ब्रह्मा कृष्णाको वैसी हालतमें देखकर अत्यंत विस्मित होकर स्तुति करने लगे। उस समय ब्रह्मा अपनी सवारी हंसपर चढ़कर हाथ जोड़ रहे हैं। कृष्णाभी भुजाके बीच सींगा दबाये द्दिभुज