পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ২৪২ ) चित्र-भागवत | L. No 145 8. ++ উদ্ধৱ। কৃষ্ণ। সভক্তিৰে উদ্ধৱ বহিছে। কৃষ্ণই মৰমেৰে প্ৰিয় ভক্ত উদ্ধৱৰ হাতত ভৱৰ ব্ৰ। জঘ ৰ সি মক্ক তত্ত্ববন্ধী আনবি সমব্দ ধৰি আন্তৰিক প্ৰীতি জনাই গোকুললৈ যাবলৈ অনুৰোধ কৰিছে। আয় মীজল লাল লিৰ স্বৰী ৰূৰ। “ৰহস্য থানক লাগি তাঙ্ক মাতি আনি। হাতত ধৰিয়া হাতে বুলিলন্ত বাণী॥ মথুৰাপুৰি সিটো বৃষ্ণিবংশ মাজে। নাই মোৰ সখি মুখ্য মন্ত্ৰী তুমি বাজে!” ২২২৬