পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

चित्र-भागवत চিত্ৰ-ভাগৱত এজন বন্দীয়ে বহি ছত্ৰ ধৰিছে। সম্মুখত চানুৰৰ সৈতে কৃষ্ণই হাৰ আঁৰৰ ভুলা যা। আৰু মুষ্টিকৰ সৈতে বলদেৱে পোনতে কঁকালত ধৰাধৰি কৰি সৃষ্টি না কৰ মল্লযু মল্লযুদ্ধৰ নিয়মানুসাৰে যুঁজ আৰম্ভ কৰিছে। পিছ ফালে গোপ- ২। জী শীষালব্ধ বালকগণ আৰু পুৰ-স্ত্ৰীসকল থিয় দি চাই আছে। মন বান্ধ দাগ থা স্বীৰ নিয়মানুষৰ যুৱ আৰম ৰূৰ; দ্বীন্ধৰ বৰ বন্ধু। [L.N131A. পুৰবাসী স্ত্ৰী। মুষ্টিক-ৰাম। চানুৰ। বসুদেব। দৈৱকী। পিছত বাহুযুদ্ধৰ নিয়মানুসাৰে মুষ্টিক মাটিত ভৰি মেলি বহি ভ্ৰায় নিয়মানৰ ছিল মীনাৰ বৰ কলাৰ বন্ধ পিছৰ ফালে আগহাত মাটিত গজা মাৰি বাওঁহাতেৰে সেই ভাৱে বীন্ধী নদ দিনা ফায় মিহীৰ ৰূৰ ক্লান্ত দাগৰ ভৰী বহ বলদেৱৰ কঁকালত ধৰিছে। বলদেৱেও মুষ্টিকৰ কোলাত বহি মানুষ ঠ ভূ সুলৰান্ধী জমৰ অন্ধ। ললনী সুন্ধিী এখন ভৰি কোচাই লৈ আনখন ভৰি আগুৱাই দি মুষ্টিকক টিপি মীন ৰ য ৰ মাল চুদা, বঁৰ ৰাজৰ ছিন্ধী ধৰি আগহাতেৰে মুষ্টিকৰ গলৰ ফালে টান দি বাওঁহাত ওপৰলৈ ৰষাৰ অন্ধকাৰ বানি ছায়ৰ ডিব্দ লহ্মী মীৰ ৰীৰৰ তুলি ৰৈছে। তেনেকৈ কৃষ্ণয়ে চানুবৰ আগখন হাতত নিজৰ মাত্ৰ কান্ধী জৰ ভৱা ৰ। ৰী থামী জ্বাল দিল বাওঁহাতেৰে মেৰপাক দি আগহাত দাঙি যেন মাবিবলৈহে খুজিছে। দাম স্থান ভ্ৰান্ত্ৰ দান দ্বৰ ভালব্ধ দিনা দায় ভান্ধৰ মানী সেই সময়ত পুৰবাসিনী স্ত্ৰীবিলাকে আগৰ ফালে আৰু দৈৱকী- কালী বান। ভয় ভয় সুদিন নিয়াঁ নাৰন জী স্ত্ৰী বসুদেৱ পাছব ফালে আসনত বহি চাই আছে। और दैवकी वसुदेव पीछेको ओर आसनपर बैठकर देख रहे हैं।