পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত चित्र-भागवत শ্ৰীকৃষ্ণৰ হাতৰ স্পৰ্শ পাই গোপীবিলাক সুস্থ হৈ পুনৰ ক্ৰীড়া স্বীদ্যাক্স ৰি মাৰিাঁ ও দুগ্ধৰ জিৰ জীৱ জন লমী। কৰিবলৈ আৰম্ভ কৰিলে। কোনো গোপী ভঙ্গি কৰি থিয় দি জ্বী নীতী মন ৰূল ভ হী। ই অন বা দাদ্বষ থাকিল। কোনোৱে নিজৰ বাওঁহাতেৰে কৃষ্ণৰ বাওঁহাতত ধৰি হৃথাব্দ ভাব ফায় বঙ্গভঙ্গ ৰানি দাৰ ৰূত্মান্ধী জঙ্গী ভৰা আগহাতেৰে কৃষ্ণৰ মুখ তুলি ধৰিলে। কোনো গোপীয়ে কৃষ্ণৰ লিয়া। স্বাধু বীৰী ৰূহজ কানি দায়ী ঋন ৰূৰবৰ ভৰা আগত নিজৰ কান্ধত তুলি ললে। কোনোৱে আকৌ কৃষ্ণৰ লনী। জাই দি জন্ধ ৰূমৰ স্বনা চায় তা ললী। কান্ধত নিজৰ হাত তুলি দিলে। কোনো প্ৰেমান্ধ গোপীয়ে কৃষ্ণক জ্বী সমাএ যাত্ৰী জান্ধী এন্ধোৰ – যা বদন দ আকোৱালি ধৰি তেওঁৰ মুখত মুখ লগাই দিলে আৰু কোনোবা মা হিয়া স্বীৰ লাৰু মা অমন হুজৰ স্থায় এ দলান্ধৰ গোপীয়ে চমংকৃত হৈ হাত ভৰি মেলি কাঠৰ পুতুলাৰ দৰে লোভ বিলীন জষ ৰৱী ৰন্থী। থিয় দি ৰল। L.NO 95C. কৃষ্ণে গোপীগণ সমে নানা ভঙ্গি কৰি ক্ৰীড়িছা। গোপীসকলে শ্ৰীকৃষ্ণৰ লগত এইদৰে ক্ৰীড়া কব! দেখি, ক্ৰীড়া- মীযিয়ী স্বীয় স্বস্তি বুৰী নৱ জীৱ জন বন্ধ দৰ্শনৰ বাবে অহা দেৱাঙ্গনাবিলাকে গোপীসকলৰ সৌন্দৰ্য আৰু জীৱা হয়নি লিয় আৰু সুৰু ৰাসৰ সীন্ধি ৰায় স্বীৰ সৌভাগ্যৰ প্ৰশংসা কৰিব ধৰিলে আৰু নিজক নিত্যন্ত অভাগী দীপান্বী নাৰী জন নী স্বী, গনী নিদানী মাল - ভব বিন ভাবে মুৰে কপালে হাত দি বিনম হৈ পৰিল। এই মঙ্গ, ৰিমৰ মৰৰ ভিৰদ্ৰ ৰূবাল, ছাত্ৰ বন্ধৰ মিমঙ্গ