পৃষ্ঠা:চন্দ্ৰাৱলী.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৱৰীয়াবিলাক।

⸺:০:⸺

মতা।

ধৰ্ম্মপাল——————ৰজা
বিশ্বপাল——————ৰজাৰ ভায়েক।
জনাৰ্দ্দন, পুষ্কৰ, দামোদৰ—৺বীৰভদ্ৰ মন্ত্ৰীৰ পুতেক
পিঞ্জৰ——————এটা মাল।
ধনঞ্জয়, পৰশু—————ৰাজ-ভৃত্য।
সুৰথী, স্বৰূপ————জনাৰ্দ্দনৰ ভৃত্য।
পুৰন্দৰ, গদাপাণি———ৰজাৰ বিষয়া।
সনাতন————এজন পণ্ডিত।
জয়, বিজয়———-কিৰাত।

প্ৰজাপতি, গৰখীয়া লৰাবিলাক, লগৰীয়াসকল আৰু কিৰাত বালকসকল৷


তিৰোতা।

চন্দ্ৰাৱলী—————ধৰ্ম্মপালৰ জীয়েক
হেমাঞ্জলী————বিশ্বপালৰ জীয়েক।
বহুলী—————এজনী কিৰাতনী।

নৰ্ত্তকীসকল আৰু অপ্সৰীসকল।