পৃষ্ঠা:ঘোৰা নিদান.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
16



কুমিত।

 কুমিতৰ ফুট জদি নাকত থাকে, কপালতো থাকে তাৰ মন উশৃঙ্খল হই। কুমিত ডহা হলে সি বয়া, ঠেঙ্গ ডাঙ্গৰ হলে বয়া, ঠেঙ্গত ৰেখা থাকিলে সিও বয়া।

 চকোৱা কুমিত তৰং।

 নৰা কুমিত ভাল।

 নিখুত কলা কুমিতৰ নাকলৈ চুছিমৰাকৈ ফোট বলে এনেটো ঘোৰাৰ মন বয়া। কালি কুমিতৰ কিছু আপাহ নাই, গা পেট উকাৰো গাম কৰাবলৈ টান, যদি মলাও চুটি বেঙ্গেটিও চুটি ভেঙ্গাও হই সদৌৰে ভৰ ধৰে।

চন্দৰা বাচন্দ্ৰা।

 চন্দৰা কলিয়া ভাল।

 হুদুমুৱা লক্ষণেৰে হলে হুদুমুৱাও ভাল।

কৃষ্ণ আহনিয়া।

 লক্ষণেৰে হলে ভাল।

তুকাম।

 তুকাম তেলিয়া তৰং।

তিফৰা।

 তিফৰা, ৰঙ্গা তিফৰা দুয়ো টটাটিঙ্গা।

 তুকাম তিফৰাৰ নাকলৈ চুছি মৰাকৈ ফোট বলে বয়া।

তিলক চন্দন।

 নলব, তাৰ চঁক।