পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩) শি-বৈকুৰপৰা বিৰুপূৰ্ণ অংশ পৃথিবীৰ তাৰ হৰণ কৰি বলৈ নবদেহত কষ্ণ-বলৰামৰূপে অৱতাৰ ধৰিছে। তেওঁবিলাক দুয়ো সান্দীপণি মুনিৰ বৰ বিশি। কৰি কৰাি দি লৈ যাবলৈ বিদায় খেয়েতে মুনিপী আৰু নিয়ে কান্দি কাটি বিতৰ অতি-ভক্তি কৰি পুত্ৰদান মত, দিবলৈ মাতি হৈ মোক অৰণ কৰি গৈ শৰক বধি, এতিয়া মালয়লৈ গৈছে। গৌঃ-নাৎ, মুনিৰ আনো পুত্ৰ নাই? শি-মুনিৰ এটি পুত্ৰ আছিল সাগৰত কীড়া কৰিবলৈ যাওঁতে শষাৰে বধ কৰিলে। আমি বাৰ বচৰৰেপৰা যমালয়ত আছে। গৌঃ-এতিয়া বাৰ বচৰৰ মূৰত ভাৰু কেনেকৈ নিৰ —মে বা দিব কি? এ, এনে ডাঙৰ কাম কৰিবলৈ মাতি এল কি? শি-তেৰো ভক্তকৰত। ময়ো তে এক অংশ মাখেন। তেওঁ কৰিব নোৱাৰা নাম , মৰ্ত্য, পাতালত নাই। তেওঁ সকলোৰে। তে বিশাল গণৰাৰা মুক্তি ৰেনি। নিৰ পুৰক নি আনি দিন। গৌতেওঁ যদি সকলোৰে এৰু, তেন্তে আলোনা ণ কৰিব কি?