পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৪৩। কৃষ্ণ।- প্ৰভু চিনি পাব পাৰে। আমি মথুৰাৰপৰা আপোনাৰ ওচৰত লিখা-পঢ়া বিদ্যা শিকিবলৈ আহিছে। আমি দুইটা ককাই ছাই এবৰ পুত্ৰ। মোৰ নাম কৃষ্ণ এওঁৰ নাম বলৰাম। আপুনি গত বিখ্যাত পণ্ডিত। ৰুপা কৰি আমাক এতিয়া শিক্ষা সান্দী।-ঠক কথা, মোৰ মনত পৰিছে। মই বৰ ভাগ্য বান। আজি মোৰ জনৰ পাৰ নাই। ৰামায়ণ পাইছো, খৈৰ নাৰায়ণ ৰাৰূপে খিমিত্ৰ মুনিক ও লৈ বিদ্যা শিক্ষা কৰিলে। সেইদৰে ময়ো তোম লোকৰ গুৰু হৈ শিক্ষা দিম-ইয়াতকৈ কি সুখৰ। আছে? আহা! তোমালোকে বাট আহোতে বৰ কই পাই আহিব। ঘৰলৈ বল, ক্লা দূৰ কৰা ইত গৈ। (ঘাসফল) আমি বিদায় দিয়ে, যাংক। কাইলৈ ঠিক সময়তে আহিবিই। নাৰি পলৰ কৰিলে নৌকাৰ কাষত পিঠিৰ চাল ছিগিৰ (গিৰ গিৰকৈ ৰখোৰ লৰাৰে) | (পুৰৰ প্ৰৰেশ) বাটে, আৰে ভাত ৰাৰি ৰৈ আছে। পল থোকা। যে মোক মাতিবলৈ পাইছে।