পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চোন।-মৰণত মৰি যাও; খাদৰৰ পেলাই আৰ মূৰত তেল জি জবাৰে মেলাওঁ। আই ঐ! সেলাইটি, চাপি আই চুমা খাও। আমৰ এলেকৰ ঘৰৰ পেলে কুকুৰা 5েৱাৰ ভাগিনাকাটা আহিছে, গুৰে গাখীৰে অল পান এবাটি সুয়াও। হল।--বই, তাই তিকিং কৰিলি? এনেই খোজা নাই, পইচা দিম। গালি।-বাটি, ইই ডুমুনী—ইহঁতৰ লগত চুপতি নক বিবা সোণাই! মোৰ জোলোঙাতে কোমল চাউল গোটাপিয়েক আছে, তা খোৱাই! কৃষ্ণ।-তুমি বুঢ়া মনু মাগি আমি, তুমি পোবা। তোমাৰ মুখৰ টোপটো কাঢ়ি খোৱা অস্কাৰ। বল-বুঢ়া আপ, তুমি খো। মা ইহঁতৰপৰা কি আছে কিনি লওঁ। চেনি।আমি খাটত বেচিবেলে অনা নাই। টি বেচি, ইয়াত নেমেঠো। নালি।-আইটি। বাটৰুৱা মানুহ তাতে সৰ, তোক দুখ পাইছে। চাচোন মুখখনি একাই গৈছে। দেখি মালা নাইনে? * আই? কি আছে সে। কাটছে পইচা পাখি কানো এইবোৰ খোলা