পৃষ্ঠা:গুৰুদক্ষিণা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১১)। বা।-তোমাৰ কি না? পতিত ধৰি দি পা। মন দি পা, দুদিনতে সকলোকে চেৰ পেলাব পাৰিবা। বেজাৰ নকৰিব। এই শীত্ৰে পঢ়াৰ ঠিক কৰি দিম। তুমি নেলি জ মোৰ লাহৰি! ক।-দেউতা। সোনকালে পঢ়া আৰম্ভ কৰিব লাগে। আমি বহুত ডাঙৰ হলো। সৰুৰেপৰা গৰখীয়া লৰাৰ লগত ধেমালি কৰি ফুৰি বৰ অন্যায় কৰিলো। আমি মহামূৰ্ণ হলো। বিহীন জীৱনত একো সকাম নাই। পাৰে ময়ে বিকা শিক্ষা কৰে।। ৰ-পঢ়িবাহঁৰু মোৰ সোণাই! তোমালোক কি চিতা? আজিয়েই মই পতিত ঠিক কৰি গিৰ, ঘৰতে পঢ়াই ভাবছি। ক।-দেউতা, বিদ্যা শিক্ষা ও স্বত থাকি ৰাহে বুত। গত পঢ়িলে শয়ে পড়ি নোৱৰি। এতে মাঝে-মোকে অতীনগৰ সামীপতি মুনিৰ পঢ়া- শালিত পঢ়িলৈ পঠিয়াই দিয়ক। খুনি জন বৰ ল। সিদিনাখন আলোতে আমাক বৰ মৰম-বে মা , মোৰ পাহৰি সিমান গত লৈ পঢ়ি নেগে। তোমালোকে মোৰ নাই তে।