সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয় আয় শব্দ কৰে সকল সমাজে। আকাশ চানিয়া সলে দেৱ বাদ্য বাজে। ইন্দ্ৰ চন্দ্ৰ কুবেৰ বৰুণ দিগপাল। এমনি কৰি সবে বোল ভাল ভাল ৩৬৪ দেৱতাসকলে কৰিলেক জয়নি। ৰিণি ৰিণি বাজে দেৱ ৰথৰ কিঙ্কিণী। মহা আমোদিত গন্ধ উঠিল বিশেষ। ভাণ পায়া সমাজৰ হৰিষ অশেষ।৬৫ ছায়া মায়া দেখি চাৱে উদ্ধবৃষ্টি কৰি। দেখে কতো দেৱে যেন আছে হল ধৰি। কতোজনে দেখে তাক কতো নেদেখায়। বিমোহিত হয় কতো চাহিয়া আছয় ৩৬৬ জন্মি নেবে প্ৰভু পৃথিবীত পৰি আছে। পাঞ্চ গোটা হাঞ্চি গুৰু মাৰিলেক পাচে। অৰণ চৰণ কান্তি দেখি আতিশয়। অন্ধকাৰ ফেৰি যেন আদিত্য উদয়॥e৬৭ জগতৰ গুৰু উপনি নিজ বাপে। তিনি বীয়ে পাচে দেখি আছে চুপে। নাড়ী আৰে। ভিনিগাটা মেঢ়াই আহা গাৰে। পৰিয়া আহয় জগতৰ আদি দেৱে।৩৬৮ কুমৰ ঘৰে মহা ভৈৰ মহোৎসৱ। নন্দৰ গৃহত যেন জলিল মাৰৱ।