সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচৰিত ভাত খাচে শুনা যেন আভিলা পূজা। মে বুলিৰে গৈলা বি সবে যা॥৩২ যে কৰি বিলবে দিল আহুতি। জগুতে পবিয়া কুসুমে কৰে তুতি। নমো নমো বিনয়ন নমম পশুপতি। দিয়ে পুৰবৰ কৰে সত্ৰ এণতি॥৩২১ নমো পাৰ্বতীৰ নাথ নষো শূলধাৰী। নমো নমো নাথ জগতৰ আকাৰী। নমো নমো মহেশ্বৰ দেৱ সশিৱ। নমো নমো জগতৰ পতি তুমি দেৰ।৩২২ নমো ভূতনাথ তুমি এগৰ জীৱ। পতিত পান তুমি বিনে নাহি কেৱ। আনো ভুতি নতি অতি কৰি বিৰ। বহু তুভি দেখি তু তৈলত শৰ৩২৩ শিৱৰ ৰূ মালা মাখাত পৰিল। বিদায় কৰিয়া শু গৃহক চলিল। এবিষতে আনতে আছে জৈতে বেবে। সত্যাশা এই কথা শুনা কহো এবে।৩২৪ মৰ ৰে দেৱী দিনেক আহত সুতিকা গৃহত থাকি বা লেলিন্ত। মানে এটা শিৰে চন্দ্ৰ কল। গত সোম ম মুলা ৩২৫