পৃষ্ঠা:গুৰুচৰিত.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক-বিত সনাতন ব্ৰহ্মহৰি যিটো নিৰাকাৰ। তাহান মহিমা কহি কোনে পাৱৈ পাৰ। নিতে নৱ নৱ কৰি গাৱন্ত অনন্তে। হেনয় কৃষ্ণৰ পদ স্মৰিয়ো সততে॥৩০৯ দৈৱকীনন্দন গোকুলত অৱৰি। খলি। ভূমিৰ ভাৰ অসুৰ সংহৰি। সেহি কৃষ্ণ আসিলা শঙ্কৰ নাম ধৰি। নিস্তাৰিলা নিজ কুল যশক বিস্তাৰি।৩১০ কুসুমৰ গৃহে আসি জন্মিলা যিমতে। সিসব কথক আবে শুনিয়ে সমস্তে। মই মহা অজ্ঞানী পাতকী মূঢ়মতি। শৰৰ পাৱে কৰো সহস্ৰ প্ৰণতি॥৩১১ মাধৱাদি ভকতক কৰৰ নমস্কাৰ। ফেমিবাহ দোষ সবে মই অধমৰ। পৰম পাতকী মই মহা অহাৰী। কৰোহে। কাতৰ শঙ্কৰক মনে স্মৰি॥৩১২ শুনা সাৱধানে সবে কৰি এক চিত্ত। কৃপায়ে মাধৱে কথা কৰিলা বিদিত। পৰম বিচিত্ৰ ইটো কথা মনোৰ। গুণ নাম জন্ম আবে না শঙ্কৰৰ॥৩১৩ পিতা পুত্ৰে কুসুম আহস্ত ৰঙ্গমনে। . কেনমতে হোৰে পুত্ৰ চি ৰাত্ৰিদিনে।