পৃষ্ঠা:গুৰুচৰিত.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এম খ আনো ভূঞা সমন্তেয়ো ণ ত নিল সামাজিক যত বিবৰ্গ॥ বিবাহৰ কাৰ্য যেবে এহিমতে ভৈল সাহু | শুনা আবে পাচৰ বৃত্তান্ত। যা খুড় বেলা ভাটি | দিনা বহুতৰ কৰি | ষাঠি ধেনু যৌতুক পাইলন্ত। যেবে তান ৰিহা ভৈল আগবাঢ়ি ঘৰে গৈল পাচে কুমৰ মাতৃ বুঢ়ী। সবে বন্ধুগণ মানে চলি গৈল থানে স্থানে সূৰ্যবৰ নমি পাৱে পৰি॥৩০১ শুনিয়োক সভাসদ | হুয়া আতি নিশৱদ | শঙ্কৰ চৰিত কথা সাৰ। নকৰা এক বৃথা শুনিয়ে গুৰুৰ কথা সংসাৰ নদীৰ হৈৰ পাৰ। গুৰুপাৱে কৰা ৰতি বৈকুণ্ঠে লভিবা থিতি সৎসঙ্গত কৰিয়ে বিশাল। সৎসঙ্গক ধৰা ডাটি বাসনা পেয়ে কাটি নকৰিবা আপুনাৰ নাশ ০২ ভান মন কোপ ভৈলে সৰে কৰ্ম বৃথা হৈৰৰ জানিবাহা তৰণ নয়। কান অঙ্গা শিৰে ধৰি শুগিয়েক গুৰু হৰি সংস অব মুখোপায়?