পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিত কৰিয়েক মন পাষও নিৰ্যা। | প্ৰথম স্কন্ধতে আক॥৩৪২০ তিনি স্কন্ধ চাই | বিচাৰিয়া পাই | এক স্কন্ধে সেহি কথা। বাকবনিয়া | সাগৰে যেন এক ঠাই কৰি তথা। প্ৰথম স্কন্ধৰ | পঞ্চ আধ্যা পঢ়ি | কৰিলন্ত তাৰো পদ। তাহাৰৰ আশয়। | কহিবে নিশ্চয় শুনা সবে সভাসদ। ৩৪২১ বাগ ৰোগ বত তপ জ্ঞান ব্ৰত হাত কহি আহয়। এতেকে তাহাৰ পদক শঙ্কা | নকৈলা জানি নিশ্চয়। কলিৰ কালৰ লোক নিৰন্তৰ | তপে অপে নাই গতি। পাবগুক দণ্ডি এতেকে কৈলা ভকতি ৩৪২২। অনন্ত কলি কৰি কৃতাঞ্জলি শৰত প্ৰাণিত। দশম শেষ | পদ কৰি শেষ কৰিয়া আনি দিল।