পৃষ্ঠা:গুৰুচৰিত.djvu/৭২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ এক চৰিত বোলে হেৰা মই মূঢ়মতি কৰা সবে আত দৃঢ়মতি সংসাৰ সাগৰ তৰিবা যেৰে কলিত। নমো নমো পদপঙ্কত | শঙ্কৰদেৱৰ ৰণত কৰে হেৰা আমি সহস্ৰ কোটি প্ৰণাম। ও সঙ্গ সদা হৌক এহি অনুগ্ৰহ কৰা মোক কৰোহো কাকুতি পুৰিয়ে মনৰ কাম।৩৩০৭ দিয়া এভু মোক এহি দান কৰা গুৰু মোক পৰিত্ৰাণ মই জ্ঞানশূন্য নাজানো তুতি ভকতি। গৃহ অন্ধকূপে পৰিলোহে সমূলঞ্চে পাপী তল গৈলো কৰোহদ কাকুতি উদ্ধা মোক সম্প্ৰতি। নমো নমম হৃদি পঙ্কজত মোৰ মন ত চৰণত | কৰা কৃপা নাথ মতিয়া মোৰ থাকোক। ক আগ্ৰহ দেৱ হৰি বোলো দান্তে তৃণ খেৰ ধৰি | ৰাম ৰাম বোদ পুৰুষ উদ্ধাৰ হৌক। ৩৩৮ এহিমতে ভ্ৰমন্ত শঙ্ক মহামতি। হেন ভাবে ভীথকে কত সম্প্ৰতি। না সভাসদ কথা আত আনবে। তৈষণা লৰি বেৰে গৈলত শৰে॥৩৩৯