হেন বাক্য শুনি বুলি দণ্ডতে আগে পৰি নমস্কাৰ কৰি পুৰু বুলিত বাৰু॥৩১ কহিল, পাছে প্ৰেমভাৱে দুই হাতযোৰ কৰি পাৰে | নগয় কড়ি বুলিলে নিশ্চয় আমি। সব পৰিয়ালে আলোচিলো মিষ্ঠ কৰি বাপ কথা কৈলো ঈশ্বৰ পুৰুষ পৰম মহন্ত তুমি। এক ৰূপীয়াৰ দ্ৰব্য জানি ভাগিন জানিয়া মনে মানি কিছে নুবুলিয়া নমস্কাৰ কৰি ৰৈল। আকে। এক টা দিল আনি মনে মনে গৈয়া মহামানী বলোৰাম ভক্তে হাত পাতি তাক লৈলা॥৩৩২ বোলে আলি বৈত ৰৈ যাই ভুজিবহা অন্ন সবে ভাই আশীৰ্বাদ মোক কৰিব সবে ভকতে। কোটি জনমৰ পাপ যত তেতিক্ষণে মোৰ হৈবা হত তোমাসাৰ সল পাইবে গৈয়া অব্যাহতে। আৰু সম্বোধিয়া চলি গৈলা এক নগৰত গৈয়া ৰৈলা হৰিণ নাম সদায় কীৰ্ত্তন মুখে। সেহি টঙ্কাগুটি ভাই আনি ভুলি সবে পাচে অল্প পানী | গুৰুক প্ৰণমি ৰহিলন্ত মন সুখে॥৩৩০৩ শঙ্কৰে কহিলা কৃষ্ণকথা শুনিল বসি সবে তথা আত অনন্তৰে শুনা কথা যেন ভৈলা।। শৰে বোল শুনিয়োক বললাম মোত কহিয়োক কাৰ কড়ি দিয়া বেহানি তুমি আনিল।
পৃষ্ঠা:গুৰুচৰিত.djvu/৭২৬
অৱয়ব