পৃষ্ঠা:গুৰুচৰিত.djvu/৭২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তি লেখি কতো ভক্ত ভৈলা য় ৰাম কৃষ্ণ নাম সময় | শয়ৰে দেখিয়া লিল হাসি হাসি। হাততালি বাই দিয়া গেৰি বোলে ঝন্টে নাম ধৰ বেছি | আপুনি পাই যাইবে ইটো এভিক্ষণে।। পাৱ অঙ্গাৰৰ বৰ্ণসাৰ দেখি আতি মহা চমৎকাৰ | তেতিক্ষণে নাম ধৰিলত ভক্তগণে।৩২৯৬ তেনে অদৃত ভৈলা দৈত্য বলে ভকতৰ ভয় কৈত | দেলা সাক্ষাতে দৈত্য ভৈলা বুলামাৰ। সমন্তে ভয়ত ৰক্ষা কৰি লৈ কৃষ্ণে নিদাস কৰি | বৈকুণ্ঠক যাইবা পাইবা সংসাৰৰ পাৰ। মন ইন্দ্ৰিয়ৰ বৃত্তি যত দেখিয়ো নাম সপোনত | দৈত্য মায়া ইটো দেহতে সবে দেখিয়ো। কৃষ্ণৰ চৰণে দিয়া চিত্ত ভকতৰ প্ৰীতি মুল বিত্ত মহাভাগৱত শাস্ত্ৰতে বিচাৰি লৈয়ো॥৩২৯ হেন জানি সৰে ভক্তি ধৰা কৃষ্ণপাৰে মন দৃঢ় কৰা ইত্ৰিয় দৈত্যক নিয়শিয়া হেন জানি। দেন শিক্ষা বোধ দিলা যেবে সুখে নিজা কৰি ৰৈলা ভেবে থাকিত:সবে শনি বাণী। ভকতসক সঙ্গে লৈয়া | গয়াৰ পৰক এৰি গৈ অঙৰ দিনা তেৰে এক এামে ৰৈ যাই। শত কায় এক ঘৰ | আছে এক মহাবীৰবৰ | সন নিয়া লৈ তাৰ ঘৰে ৰাই।৩২১