পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰিত না মিত্ৰ ৰামৰাম শুনা গুৰু দামোৰ না নাৰায়ণ মহাশয়। গোবিন্দ পৰমানৰ উদাৰ গোবিন্দ চাল শুনা হৰি হৰি ৰামৰায় ৩১৫১ ৰাম বলৰাম | বলভদ্ৰ অপাম | শুনা তুমি জয়ন্তী মাধৱ। হৰিগুৰু জটীৰাম বণিয়া ভোবোৰা দাস শুনা সবে কৰিয়া উৎসৱ। দৈৱত পৰে বলে। সবাকে শুনায়া কলে | আননা যত আহা মোৰ সঙ্গে। কৰিয়ো যতন আকে যাৰ যাৰ যাইবে লাগে | সাৱধান হুয়ে সবে ৰছে। ৩১৫২ হেন শুনি ৰঙ্গ ভৈলা খনটা গুদুৰি লৈ | শৈলা ধন তাহাতে লুকাই। তৈলা সবে কাচ পাৰ গুবাক্য কৰি মাৰ | আনন্দৰ পাৰ-কুল নাই। না যেন তৈল পাচে শৰ ভাৰ্যা আছে তেহো জানিলন্ত হেন কথা। বলে জানিলেহহ মই আমাৰ গোমা যায় দুনাই কাৰো নাসিবেক এখা।৩১৫৩ যাইবে সবে সঙ্গে জানি বিল নক খানি গাধক বুলি বচন।