পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত মহাতসব লগাই সাজি আহা ঘৰ। বতে দুৰ জুৰি তৈতে পাতিলা নগৰ।২৩ আলি পদূলিক নিৱন্ধিলা ঠাৱে ঠাৱে। পিতৃ বাক্য শুনি তভো কটাক্ষে নাৱে। মহা আড়ম্বৰ কৰি ৰহিলন্ত। গত পৰে শুনা যেন, ভৈল পাচ কথা।২৩১ এতকাৰ্য্য মাত্ৰ চণ্ডীৰৰ কৰিলা। যেন সময়ত হলায়ুধ এম ভৈলা।। নৰহৰি বোলে দাদা কৰো কোন কাৰ্য। কিননা সময়ত কিনো মিলিল অকাৰ্য ২৩২ সেমিসে কাৰণে তৈতে নেদিল ভাত। ভাত দিলে দূবিবেক জাতি বন্ধু যত।' কিহো নুবুলিয়া ৰহিলত ৰাজধৰ। আলিপুখুৰীত যেবে ভৈলা বাসা। ২৩৩ হেন কথা গুনি ৰাজধৰ মহামতি। জাতি ভূঞাসকলক আনিল মাতি। বসিয়া সমস্ত ভূঞা পাতিল সমাজ। ৰাধৰে বোলে মোৰ কহা এক কাজ।২৩৪ যি কাধে মতাইলো এবে না তাৰ কথা। লণ্ডাদেৱ চণ্ডীৱৰ মৰিল তথা। পৰ দিৰে খেয়ে সবে দিয়ে অনুমতি। পিতামহ পিতৃ দুইৰৰ হোকশগতি॥২৩৫