পৃষ্ঠা:গুৰুচৰিত.djvu/৬৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আপােনাৰ ঘৰখানি দক্ষিণ পাৰে। কৃষ্ণৰ মন্দিৰ ভৈলা তাহাৰ উত্তৰে। ২৮ গণককুচি পুন্ন মাধৱে গৈল। নাৰায়ণে চলি গৈলা তাহাৰ লগ। দুই গৰি দিনে ঐক আসিয়া কিন্তু। ৰাত্ৰি ভৈলে যাই তৈতে নিবাস কৰন্ত। ২৮৭ মাধৱৰ সঙ্গে তেহাে ভােজন কৰয়। তান আজ্ঞা পালিয়া সদায় প্রয়। ৰামৰম গুৰু সৰ্বজয় পৰ্বানন্দ। শয়ৰ লগে থাকে কৰি আনন্দ। ২৮৭১ উদাৰে সহিতে বলভদ্র বলোৰাম। বৰগােবিন্দই হৰিগুৰু অনুপাম । ভােবােৰা লাৰে আৰে। বলাই হৰিখন। বৰদৈৱক্ত হৰিাস মহাজন। ২৮৭২ কেতাই ৰামৰাম ৰতিকান্ত মহাশয়। ইসব প্ৰমুখ্যে ভক্ত বহুত আহয়। কৃষ্ণ মন্দিৰে সবে বসি থাকে । শঙ্কৰে আনন্দমনে কৱে কৃষ্ণকথা। ২৮৭৩ পৰম প্রেম আনন্দৰ পাৰ নাই । কথা অমৃতৰ যেন নদী বহি যাই। একচিত্ত কৰি সবে শুনিয়া যাক। কর্ণভৰি ভৰি যেন অমৃত পিয়ত। ১৮৭৪