পৃষ্ঠা:গুৰুচৰিত.djvu/৬২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচতি শুনা নাৰায়ণ তুমি বহু দিন নাথাকিব খৰে বাই। তনি যোৰহাত | পাৰে দিয়া মা নাৰায়ণ মহাসন্ত। হোক শুদ্ধমতি খণ্ডে দুৰ্গতি পাৱে পৰি বুলিলন্ত ২৮২৩ শীষে আসি যেন | তোমাৰ চৰ | দুনাই দেখিবে পাওঁ। ক আশীৰ্বাদ। | নপাউক এমাদ কৰা কৃপা ধৰে বাওঁ। না নাৰায় | আমাৰ বচন অবিধিনি হুয়া বায়ো। দিলো হেৰা আমি। | নাৰায়ণ তুমি | পুথিখানি বান্ধি লয়ো॥২৮২৪ তনি নাৰায়ণে আদৰি তেখনে অমোঘ প্ৰসাদ তৈলা। দেৱ নিবাৰণী | গৰু পুৰণি ভকাত প্ৰদীপ দিলা। নু পাৰি পাৰি | নমস্কাৰ কৰি মেলানি মাগিয়া লৈলা। কৰি পাতৰি কৃতালি ধৰি মাধৱৰো ঠাইক গৈলা ২২৫