পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহ প্ৰিয়তম নাহিকে তোমাৰ সম। ২৬৭• নকৰা ক্ৰন্দন | না নাৰায়ণ বসিবো আসনে যাই। মাধৱ যেনয় | তুমিয়ো তেয় বুলিলন্ত মুখ চাই। শুনি নাৰায়ণ | উঠিলা তেখন আখি মুখ মুচিত। কৃতাঞ্জলি ধৰি নমস্কাৰ কৰি

  • পুনৰপি পুছিল। ২৬৭১

বিবা সুধিলন্ত নানোহহা তাক কহিয়ো সুগম কৰি। কাৰুণ্য কৰিয়া | চৰণে ধৰিয়া হাতে কৃতাঞ্জলি ধৰি। শুনিয়া শৰুৰে | বোলে দায়াতৰে | শুনা নাৰায়ণ তুমি। জন্মিবাৰ যত | কথক সমস্ত তাহাকে কহিবো আমি। ২৬৭২। শিৱৰ চৰণ কৰি আৰাধন মোক পুত্ৰ লভিল। কহো তযু আগে মধ্য ৰাখ্ৰিভাগে এন্ম আলিপুখুৰীত।