পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বন দিয়া থাকিক শহিলা এমাই। মাৱে হল জ্ঞান' মাক পঢ়াই।২৬১ মিছা পুত্ৰ পৰিবাৰ ধন জন দেখা। এই আছে এই নাই যেন অৰে। হৰি পৰে মাধৱৰ আহিল এতি। সঙ্কট সময় শবে আন কহিলতি। ২০১৭ সফিকাইত মাধৱক যোগাইলা নিয়া। ইটো কোনজন বুলি সুখি দেখিয়া। হাতে মালা কমণ্ডলু ৰা হইয়া ৰৈল। যিজনে নিলেক তাৰ কথা কহিল। ২৬১৮ বৰা বোলে এৰ আক বা কৰি থৈয়ো। বোলে আপোনাৰ ঘৰে এতিক্ষণে যায়ে। হৰিকো আনিয়া যোগাইলন্ত অনন্তৰে। আৰ হৈয়া ৰৈলা মাধৱ টাটিৰ বাহিৰে। ২৬১৯ হৰিক সুধিলে চণ্ডিকাই দেখি কথা। নাই মাত বোল হৰি অৰয় মাথা। হেন শুনি চণ্ডিকাই ক্ৰোধত জ্বলিল। সিদ্ধান্ত নপাই তা কাটিবাক দিল। ২৬২ চেটিয়াগণে শুনি তেতিক্ষণে ধৰি। পাচাতে তা বান্ধিকে দৃঢ় কৰি। ভৈকে মোকলি হাত ছিজি পাচে ৰী। হন দেখি পাচে বান্ধিলক যত্ন কৰি। ২০২১