পৃষ্ঠা:গুৰুচৰিত.djvu/৫২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তকবিত পাগল ভৈলিহি কিবা মোৰ দিকি চাই। মাকে ভাৰায়ে তোৰ এমাদ বিলাই॥২৩৪১ মাৰিলে আমৰা যদি কমিবে পাৰিলো। তেবে আমি মহন্তৰ ভাৱে বহিলো। যদি মাৰিবে তই ক্ষমা নস। তিনিয়ো নক তই একলে পাস ২৩৪২ আৰৰ তাতে ময়ো আছছা দেখা আবে তই। তোক কি মাৰতে চাহি থাকিবোহহ মই। বিলাউ প্ৰসাদ ভয় নকৰিবে মনে। হেন শুনি ৰহিল অহাৰা তিনি জনে॥২৩৪৪ এহি কথা শঙ্কৰদেৱত কহিলন্ত। আন দিন। তাৰাক দিবাক আগে যন্ত পুনৰপি কীৰ্ত্তন আউৰ দিন ভৈলা। সব লোকে কীৰ্ত্তন চাহিবে প্ৰতি গৈলা। ২৩৪৪ সিদিনা শঙ্কৰদেৱ গৈলন্ত আপুনি। সেহি সভামধ্যক গৈল ভাৰা তিনি। চক্ষু ঠাৰে অনুমতি শঙ্কৰে দিল। ব্ৰাহ্মণক নেদি আগে তাকে দিলন্ত। ২৩৪৫ নলয় তাৰায়ো নিদিলে ব্ৰাহ্মণক। বোলন্ত শঙ্কৰ দেৱে মোক লয়োক। আগে নপাই তো বোল কৰা অসতোষ। লয়ে ব্ৰাহ্মণত আগে আত কি দোষ॥২৩৪৬