পৃষ্ঠা:গুৰুচৰিত.djvu/৪৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত চতুৰ্থ খণ্ড এশঙ্কৰদেৱৰ (সাংসাৰিক) লীলা, ধৰ্ম প্ৰচাৰ, নিম্ন অসমত ঘাস, মাধৱদেৱ আৰু ঠাকুৰ আৰে সৈতে মিলন দুড়ী ভিতি দেশৰ | এক বিবৰ ভাগৱত গ্ৰন্থ লৈল। জগন্নাথ আগে পঢ়িবাক ৰঙ্গে ক্ষেত্ৰক লাগি আসিলা।। জগন্নাথে তা | এত বুলিল | শুনিয়োক বিপ্ৰবৰ। উদয় ৰাত বৰদোৱা গ্ৰামে আছন্ত শঙ্কৰ বৰ। ২১৬১ ৩ান আগে গৈয়া পঢ়িয়োক ইটো মহাগ্ৰন্থ ভাগৱত। তাহান আমাৰ | নাহিকে অন্তৰ কৈলে ইটো অপত। চেতন ভিন্ন দেখিয়া স্বপ্ন বিশেষ। কয় ৰাজ্যক | যাইবে এগৰাখে কৰি মোক আদেশ। ২১২