পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খায়া দায় সবে নৱ দিন তৈতে কৰিল যেবে বাদ। নদীয়াৰ বিৰে ভাই সবাকে | দেখায়া কৰি উচ্ছদ ১৩৭ বিপ্ৰসকলৰ | ভজ দেখি ৰাজ পৰম লজ্জিত ভৈলা। কি কি স্থানে যত বিমানে | সবে ধৰি গৈলা। বহুতৰ বটা দিলা কন্দলীক | বস্ত্ৰ অলঙ্কাৰ যত। জাপুন পণ্ডিত | ভঙ্গ ভৈল দেখি ৰাজাৰ দুখ মনত॥১৩৮ ৰা যিব তাই | ঘোটক দিল তাহাতে ৰঙ্গে চড়িয়া। আপুন দেশক | লৰিলন্ত বি পণ্ডিতগণ জিনিয়া। হেন সময়ত | দেখি চণ্ডীবৰে সংস্কৃত ভাৰু দিল। চকবি তানি | কিছেক নুবুলি বাসাত গৈয়া ৰহিলা ১৩৯ সুখ অশান্তি কৰি সিটো ৰাতি নিদ্ৰা সিটো নপাইলা।