পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এম এ নিয়াক এৰিয়া উজাগৰে বসি থাকা ভালমতে কাছি। পণ্ডিতৰ লগত বাদ কৰিবৰ অৰে চণ্ডীৰৰ মুক্তি পাচে দশ মাস আছ যেবে তৈতে | শুনা কথা তাত পৰে। নদীয়াৰ হস্তে আসিল পণ্ডিত গোৰেশ্বৰে দেখি পৰে।১৩২ নামে চন্দ্ৰবি | পণ্ডিত গহন মুখে- অগ্নি বাজ হয়। ৰাজাৰ সভাত। | প্ৰবেশ ভৈলন্ত | বিপ্ৰবৰ মহাশয় যাঠিজন ছাত্ৰ | তাহান পগত বসিলন্ত তা বেঢ়ি। দেখি ৰাল পাচে। | অৱনত ভাৱে পুছিলন্ত আগবাঢ়ি ১৩৩ মোত কিবা কাম। | আছে গুৰু বাপ | কহিয়োক তাৰ কাজ। শুনি চকবি কহিবে লাগিল শুনা আবে মহাৰা। বহুতৰ ৰাজ্য। | ফুৰিয়া আসিলো মোক সম কেহে নাই।