পৃষ্ঠা:গুৰুচৰিত.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰুৰ চৰিত্ৰ গুনি হুয়োক সৰে। নকৰিবা সাধুস আত অসন্তোষ। কহে ৰামচৰণে এৰিয়ে আন কাম। গুৰুক হৃদয়ে ধাৰ বোলা ৰাম ৰাম॥১২৭ তুলড়ী চণ্ডীবৰৰ কামেশ্বৰৰ ওচৰলৈ গমন আত অনন্তৰে শুনা সব নৰে | চণ্ডীবৰে যেন কৈলা। কি কাৰ্যে তোষাক পঠাইলন্ত বা কৌতুক মনে পুছিলা। অদাম বোয় | শুনিয়োক তুমি কহিবো ৰূপ কথা। তোমাক নিবাক পঠাইল ৰা | কৰিয়া পৰম বেথা ১২ মহামিত্ৰ মোৰ পুৰ্বত জেহেতে আসিয়োক মোৰ ঠাই। সৰি কৰিমোক | বুলি আহা একে ৰাইৰ কৰা পায়।