পৃষ্ঠা:গুৰুচৰিত.djvu/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চতি তবু ভাা যিটো মাত্ৰ সূৰ্যৱতী | নয় মাসে মৃত্যু হৈব। মনু এন্মিবাৰ মাস নৱ থাকি | বৈকুণ্ঠপুৰে চলিব। ১৭৪৯ শৰে বোল | ইসব কথা নকহিবা পথিয়া। ইটো কথায় লোকে শুনি লয় | কৰিব বিকল হিয়া। হেন বাণী শুনি সঞ্চৰ দলই | পাঞ্জি পুথি থৈয়া বান্ধি। সাত বিলাইবাক দিল শৰে | লোকৰে সমীয়া সান্ধি ১৭৫০ নিলা সাত যত | আনিয়া সমস্ত | ব্ৰাহ্মণ দিলা দান। শ্ৰীমন্ত শঙ্কৰে | বিত্তক বিলাল | টকা এক শত মান। বিএ ভূঞা যত কথায়ে সমস্ত | সবে এৰা ধৰি গৈল। জীউ মূখ দেখি পাচে ডেকাগিৰি | না যেন কী তৈল ১৭৫১ পাঞ্চটি গৃহ | ও কৰিলত মানজি বেৰে ভৈল।