পৃষ্ঠা:গুৰুচৰিত.djvu/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এক-চৰিত তনি জলৈ যোণী আম ডালি | ঘট হাতি আনিলন্ত। বৰ ফলি আনি। দৰ্বান ধৰি | গণিবাক লাগিল। বত নাৰীগণ | গাৱত বসন যাৰ যি আছিলে।। সূৰ্যৱতী আই যি দিশক মুখে আছিল তাক কৈলেক # ১৭৪৪ যেহি দণ্ড বেলা | কন্যা উপজিলা | সিসব কথা কৈল উপজিব বেশ। | ষিবা বস্ত্ৰ পাৰি বিবা নাৰীগণে লৈল। তাম্ৰ খুৰ খানে নাড়ীক ছেদিল | ৰজত পাত্ৰে ধুৱাই। সুৰ্ণ কৰিয়ে জল বাকি দিয়া | চান্দেৰী লৈল যাই। ১৭৪৫ সমন্তে কোন একো নলৰিল | সৰা কহিলা তাক। গণি এক চিত্তে সঞ্চৰা ধৰিতে | শৰক বোলে বাক। নিয়ে গোম কৰা মোক বেশ না তুমি সৰ্বকালে।