পৃষ্ঠা:গুৰুচৰিত.djvu/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোমাক ৰিবে সংসাৰ ভৰিবৰ নিলো নিষ্টে ইবাৰ। আমাৰ উপৰি। | যত বংশ আছে | কৰিবা তাক নিস্তাৰ। কোটি কোটি জন্মে উপৰি পুৰুষ বাক কৰ্ণে শুনা নাই। তোমাৰ প্ৰসাৰে | আতি আমাকে দৃষ্টি ভৰি দোখো চাই। ১৪৫১ তোহ্মাৰ চৰ। | কৰিবৰ ৰন্দন নৰকক নভৰাওঁ। কৰিয়ো কৰুণা বোলে নিষ্ঠে খানা যিমতে দেখিৰে পাওঁ। শৰে বোলত শুনিয়ো পেসাই আনা যায়ে তিনিজন। নৰোত্তম কৰ্ণ | পু। চতুৰ্ভুজ তিনিয়ো আতি গহন ১৪৫২। তোমাৰ বাক্যে সন্ন্যাসীত শিকি | দেখাইবো বৈকুণ্ঠপুৰ। চিহ্নলামে যাত্ৰা। কৰিবৰ বিদিত | হৰি পাইবা এটু। এহি বুলি পাচে যেতে সবে আছে শৰে শিলা মনে।