পৃষ্ঠা:গুৰুচৰিত.djvu/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় ও আশীৰ্বাদ লৈয়া নাচে গৃহে চলি গৈ। নিয়ে তা পাচে যেন কথা। অয়ন্তে কৰয় চৰ্চা যত ৰা কাম। সপ্তদশ বৎসৰে শঙ্কৰে গৈলা গ্ৰাম। ১০১ ভৈল এসি, ভূঞা পাচে ডেকাগিৰি। আপোনাৰ এক চাহৰ ফুৰি ফুৰি। সমস্ত ভূঞায়ে আসি তাহাত খাই। পিতৃৰ সমান ভূঞা প্ৰসিদ্ধ ভৈৰ ১৪২ এহিমতে কতো দিন তৈতে যেবে আছে। এগোটা যাণ্ডৰ বাৰ্তা নিল পাচে। কলা বৰ্ণ বা সিটো মহা অনিৰ। তীক্ষ্ণৰ শৃঙ্গ উচ্চ ঠোটগোট তাৰ ১৪৩ নবগোটা লোকক মাৰিয়া প্ৰাণ লৈ। শুনিয়া শঙ্কৰদেৱ তৈকে চলি গৈলা॥ কাশীধাৰে ঝাৰি কমলীক নই। শহুৰৰ লগে চলি বাত নীলা বই। ১৪৫ ৰামৰ আলি চলি বাত ডেকাগিৰি। হাতবোৰ কৰি দৈনে আছে এক নাৰী। তাৰু দেখি শৰে আনিত বলি। দণ্ডত কৰি সিটে। নাৰী ৰv১৪• দেখিয়া পৰমানৰ লৈ বি : কিনে বতুত আজি আন শক্সি।