পৃষ্ঠা:গুৰুচৰিত.djvu/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত দিনেক শ বেবে আছে এখানে। এক বি আসিয়া পাইলে তত কালে। ১৩৬২ নামত ৰাঘৱাচাৰ্য্য পৰম দুৰ্মতি। সৰ্বদায়ে কৰে মাত্ৰ দেৱীত ভকতি। ক্ৰোধে শঙ্কৰক দুষ্টে নিন্দিলা বিস্তৰ। পৰম সৰ্দিষ্ট দুষ্টচিত্ত বিৰবৰ। ১৩৬৩ শুনাহ কালী তুমি পঢ়োৱহাহাত্ৰ। কেনে বৰ ৰা আক শুদ্ৰগোট মাত্ৰ। কিছোকে নানে ইটো মূঢ় অনাচাৰ। দেৱী পূজা আদি কৰ্ম কিছু নাহি আৰ। ১৩৩৪ দেৱীক পূজয় ইটো নাৰাধয় হন। পৰ দুন দুই শূদ্ৰ বৰবৰ। কিকাৰণে গুৰু আবে পঢ়াৱহ আক। শাস্ত্ৰ মদগৰ্বে নমায় আসা। ১৩৬৫ গঙ্গা কি তুলসী গীতা শাস্ত্ৰ নয়। দেৱী আদি পূজা কিঞ্চিতেকো নকয়। হেন শুনি গুৰু পাচে মাতিত গুণি। কি কাৰ্যে আচাৰ্য আৰু নিলিয়ো আপুনি ১৬ সামান্য মুহিকে এন্তে মন্ত শঙ্কৰ। জগতৰ আত্মা এতে দেয় দামোদৰ। শূকুলে আসিল কিন্তু দোষ নাই। যাকুলত এ উপজিলা খাই।১৩৭