পৃষ্ঠা:গুৰুচৰিত.djvu/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এক চৰিত শবে যেন তাবে সুস্থ মন হয়ে। পঢ়িবোহহ শাস্ত্ৰচয় ছাত্ৰশালে খৈয়ো॥১৩৪• হেন নি এয়ত মাধৱ দুয়োজন। লায়ুধ বুঢ়াখায়ো কৰিলা গান। অৱৰ্ণ কুণ্ডল জোৰ নিল। ৰ মনে। ব এক যে ৰাক পিন্ধাইলা তেতিক্ষণে॥১৩৪১ বন্দ্ৰ কুণ্ডনক দেখি গুৰু তৈলা। কি কাৰ্যে আসিলা বুলি পুছিবাক লৈলা। কযেৰ কৰি পাচে জয়তে বোলয়। বিকাৰ্যে আসিলো আমি নিয়ে আশয় ১৩৪২ বংশধৰ নাতি এতে মন্ত শঙ্কৰ। ভৈলেক মাৱৰ পিতৃ গৈল বাঘৰ। কষেছে কাতৰ গুৰু পঢ়ায়ে ইহাক। বধা যোগ্য দক্ষিণা দিবোহে তোমাক ১৩৪৩ তনি গুৰু ৰূলিল হাসিয়া বচন। শাক পঢ়াইবে আমাৰ আহে মন। কোন ভাগ্যবশে আৰু পাই পঢ়াইযাক। জানিলে ঈশ্বৰে কৃপা কৰিলে আমাক॥১৩৪৪ দেৱতাৰ দেৱ এতে গত ঈশ্বৰ। লোকক তাৰিবে প্ৰতি মাইল গদাধৰ। বায়ো গৃহে বুলি দি অনুমতি। শৰক বোলে না কুফ সাতি॥১৪৫