পৃষ্ঠা:গুৰুচৰিত.djvu/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় খণ্ড স্তব্ধ দিয়া আছে চাই কগেট পাতে যাই শঙ্কৰৰ পাৱে লীন গৈল। ৰামৰাম সৰ্বজয় | হেন দেখি আতিশয় বিক্ৰিয়া ঘৰে সবে গৈল।১৩৯ কীআইত কলিন্ত আনো লোকে নিল শৰৰ বিপৰীত কথা। পৰম আনন্দ কৰি | আকিল শব হ্য আপুনাৰ দৰে পাচে তথা। নিয়োক সভাসদ | শবদেৱৰ পদ কৰি সবে সাৱধান চিত্ত। পৰম পুৰুষ হৰি | নীল নৰব ধৰি | চিন্তা প্ৰভু ভকতৰ হিত॥১৩১০ হেন কানি বুধন। | কৰি সবে খিৰ মন নিন্দা এৰি ফুৰা কান পাতি। পৰম ৰহষোত্তম | নাই নাই যাক নয় শঙ্কৰ চৰিত্ৰ সম্প্ৰতি। কৰিয়াক একা আত বোলো কৰি যোহাত | যত সাধু সভাসদ ৰুন। মোৰ লোষ পৰিৰি পিয়া আৰু কৰি | কৰি আতি আনন্দিত মন।১৩১১ গুনি কাছে আমি কেন কহিলে কবিয়া তেন | ৰিা কেহো নাত মোক।