পৃষ্ঠা:গুৰুচৰিত.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ৩ মাটি দিয়া এলে বুৰাই বৈয়া আছে। সেহি নৌকা তুলি সবে শৈলা গৰে গাৰ ১ কুসুমক অগ কৰি লৰিত পাচে। কপিলিৰ মূখত কৰী বহি আছে। দুই ভিতি হয় তা বেঢ়িলে যাই। শ্ৰে দ্বাৰ ভন্টিলে যুদ্ধক আগুৱাই।১৩ দৃঢ়ভৰ গতিক বান্ধিলা সবে কাহি। এইবাৰ ৰা বাৰু লৈল বাছি বাছি। উষা সময়ত সবে কছাৰীক বেঢ়ি। চতুৰ্ভিতি কাটিবে লাগিলা দিয়া গেড়ি ১• বগুৱা লাগিল আতি কৰে এক বক। ভূঞাসবে কাটি নেই কৰি থক। এলে বলে লৱৰি পলাই কতো গৈল। আৰ পৰা ভূঞাসবে খেদি নলৈ ৰৈ ১৫ কছাৰী মাৰিয়া যত পালা ধন মাল। নৌকাত তুলিয়া লৈ বাছি ভাল। বেথাই জানে সোমাই পাচে পাইল বসাও। ভূঞাসবে ৩থাতে পাই গৈয়া না • নেহিলে নিমিত্তে তাৰু বনগঞ্জ বোলে। বাইল লোকৰ নিৰ কোলে কোলে। মেয়ে তৈতে এক আবাস ৰিল। আলিপুখুৰীৰ পুতেৰেলে নাসি॥