পৃষ্ঠা:গুৰুচৰিত.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় | ২১ নানোহহ তুতি নতি হেন এ পতি | তুমি মোত হয়ে পৰে। কপাৰ সাগৰ হৰি মাগো নাতে ধৃ ধৰি দিয়ে। দান ভকতৰ সজ। ভযু নাম মুখে বৌক এৱণ কীৰ্তন হোক আশা মোৰ নকৰিয়ো ভঙ্গ ১০৪ আচৰিলো পাপ যোৰ মই পাপী সেৱাচোৰ | আপুনি আত্মাক পুৰি খাইলো। নসাঞ্চিলে কিছু পুণ্য মই মহান ৰাজমা আক হৰুৱাইলো। নামত নাহিকে ৰতি বিষয়েসে গতি মতি শ্ৰুতি বুদ্ধি ভৈলা মোৰ হত। দান্তে তৃণ তুলি ধৰে। চৰণে কাকূতি কৰে। | ক্ষমা কৰা ইটো দোষ যত। ১••৫ বাতৱাৰী কয়া মোৰ | ইৰি সকলে চোৰ | ধৰ্ম বিত্ত হৰিল সমন্তে। যদি প্ৰভু কৰা দয়া এৰিবেক মোহ মায়া | সংসাৰ তৰিবৰ এতেকতে। তুমি জগতৰ বাপ। | হৰিয়ে সংসাৰ ভাল | জুতি আছে মোৰ পাপন্থি। নামান দিয়া হৰি আগেছে কাকুতি কৰি তুমি মোৰ হয়ে পৰিণী। ১০