পৃষ্ঠা:গুৰুচৰিত.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় খণ্ড পুচ্ছ নামে সৰ্প গৰ্ভত ধৰি। অৰ্জুনৰ ভয়ে পলায় আকাশে উঠিল ৯৭ হেন দেখি সব্যসাচী মহাক্ৰোধ কৰি। মাৰি শৰপাট গাণ্ডীৱক ধৰি। নানয় অৰ্জুন সৰ্প গৰ্ভ ভেদ। শৰে হানি সৰ্পগোট কৰি হেদ॥৭১৮ শিৰ কটা সৰ্পগোট পৰিলা ভূমিত। সেহি ছেগে খণ্ডপুচ্ছ উঠিল স্বৰ্গত। অৰ্জুনৰ ভয়ত কম্পয় মহাত্ৰাসে। শৰ লৈ গৈয়া গন্ধৰ্বৰ পাশে॥৭৯৯ দেখি বিদ্যাধৰ তাত সুধিলত কথা। কহিলন্ত নাগগগটে সকলো ব্যবস্থা। বৰ্গসুখ ভুজি তৈতে কতোদিন আছে।। পুচ্ছ সৰ্পৰ জন্মিলা পূৰ পাছে ৮•• হাক নাম দুই সিটো বিত্যাধৰ ঠাৰে। বাপে পুত্ৰে থাকে সদা সেৱকৰ ভাৱে। সিসব কথা কৃষ্ণে অৰ্জুন কৈলা। নি সব্যসাচীৰ ৰে ক্ৰোধ জ্বলি গৈলা॥ অনে ৰেলন্ত হেন কৰিলা গন্ধৰ্বে। কৰিলা পাপী আতি মোক বিদ্যাথলে। এহি বুলি পাই তিনিকে শাপ দিল। " পাপাতিনি