পৃষ্ঠা:গুৰুচৰিত.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ও যেতিক্ষণে যাই সিটে। পাৱত পৰিল। সুস্থ ভৈলা দেহা তেবে সকলে গুচিল ৭৬০ কুসুমে বিদায় তাক দিলা মনে। আপুন গৃহক পুনু চলিলা তেখনে। জগতে জানয় তাক নামত হেই। বহু গুণ আছে তা সৰ্বকাৰ্যে পায়। মনত বোলয় নকৰোহো হেন কৰ্ম। থাকিলন্ত গৃহত সুমৰি ধৰ্ম্ম ধৰ্ম। পুত্ৰ সমে কুমে থাকিল তৈত যেবে। ভাৰ্যাৰ শ্ৰাক কৈল সিয়ে দিন তেবে ৭৩৬ আত অনন্তৰে আৰৰ কথা শুনিয়ে। গুৰুৰ চৰিত্ৰ কথা কৰ্ণভৰি পিয়ে বিশ দিনৰ লীলা কহিবো সম্প্ৰতি। সভাসদ লোক সবে কৰা এক মতি॥৭৬। না কহো কুমৰ গৃহৰ আৰম্ভ। যেৰে মাত্ৰ পাই তাক একগোটা ৩৪। লগাই আছে চৌতি ভাত খৰি দশ কুৰি। যোৰ হস্তমান দীৰ্ঘ তাৰ আগ পৰি৭৬ হেন চৌতিগোট বেবে সোলকিয়া গৈলা। শৰৰ গাৱে পৰি দুই খণ্ড তৈলা॥ এ সমে শাক ধৰিা হেৰাই। শত শৰ তত কাট নাই