পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উৎসৰ্গা


যিজনৰ পৰা ইংৰাজী ভাষা শিকিছিলো
সেই চিৰপূজ্য পিতৃদেৱতা
স্বৰ্গীয় অম্বিকা চৰণ চৌধুৰীৰ
নামত উৎসৰ্গিত।